Zubeen Garg – Letras de Protidin

Álbum: Rodor Chithi

১) প্ৰতিদিনে তুমি দিয়া আহি এপাহি সুখ............
ঔ....জীবন তুমি ৰহনীয়া ৰঙৰে বোল...........
প্ৰতিদিনে তুমি দিয়া আহি এপাহি সুখ
ঔ....জীবন তুমি ৰহনীয়া ৰঙৰে বোল
এপাহি....... হাঁহি ....এপাহি....দুখ.....
তাৰেই সজাই তোৰো মুখ...............
২) আকাশে গাতে লবৰে মন.....
সাগৰ তলিত শুবৰে মন.........
মনৰ চিলা উ্ৰ্ৰৰুৱাই জীৱনে..........
ঔ...ঔ.....আকাশে গাতে লবৰে মন.....
সাগৰ তলিত শুবৰে মন
মনৰ চিলা উ্ৰ্ৰৰুৱাই জীৱনে......
সোনালী হৈ সাগৰ তোমাৰে মোৰে সময়
বুকুৱে বুকুৱে .......
ৰৈ.যায় যেন মধু ময়............
৩)হৃদয় কপোঁৱা গান এতি .....
পোৱা নোপোৱাৰ সুৰ এতি...........
তাতেই হেৰাই চন

Añadido por Guest